উইলিংডন দ্বীপ (ইংৰাজী: Willingdon Island) ভাৰতৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপ। এই দ্বীপটো কেৰালাৰ কোচি চহৰৰ অন্তৰ্গত। বৰ্তমানৰ উইলিংডন দ্বীপৰ অধিকাংশ অংশ ভেম্বানাদ হ্ৰদৰপৰা মাটি উদ্ধাৰ কৰি সৃষ্টি কৰা হৈছিল। এই কামত হ্ৰদৰ তলৰপৰা খনন কৰি উলিওৱা মাটি পূৰ্বে থকা সৰু প্ৰাকৃতিক দ্বীপ এটাৰ চাৰিওফালে ভৰাই নতুন...